শ্ৰীল এ চি ভক্তিবেদান্ত স্বামী প্ৰভুপাদ
(With Delivery Charge)
শ্ৰীমদ্ভগৱদগীতা যথাযথ (অসমীয়া):
ইস্কনৰ প্ৰতিষ্ঠাপক পৰম বৈষ্ণৱ আচাৰ্য শ্ৰীল প্ৰভুপাদে মূল সংস্কৃতৰ শ্ৰীমদ্ভগৱদগীতাৰ মূল সংস্কৃত শ্লোক, শব্দাৰ্থ, ভাৱাৰ্থ আৰু তাৎপৰ্য ব্যাখ্যাৰে ভনিত Bhagavad Gita As It Is ৰ ড° মুকুন্দ মাধৱ শৰ্মা দেৱে কৰা নিভাজ অসমীয়া অনুবাদ গ্ৰন্থ।
Origin: Srila Prabhupada
Translator: Dr Mukunda Madhav Sarma
Publisher : BBT
Edition : First edition, 2009 (Assamese)
Language : Assamese
Paperback : 804 pages
Item Weight : 875 g
Dimensions : 20 × 14 cm
Binding: Hard bord binding
N.B: Please provide your full postal address when booking the book. It will be difficult to deliver if you do not have the full address.