"নিৰ্বাচিত ফেচবুক পোষ্ট' গ্ৰন্থখন লেখক ৰংমন ৰংদৈৰ ফেচবুকত বিভিন্ন সময়ত প্ৰকাশ পোৱা কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত লিখা প্ৰায় ১০০ টা আতি প্ৰয়োজনীয় চুটি লেখা সংগ্ৰহ কৰি প্ৰকাশ কৰা হৈছে। গ্ৰন্থখন সকলো বয়সৰ ব্যক্তিৰ বাবে পঠন যোগ্য।
গ্ৰন্থখনৰ ভিতৰত আছে...
গ্ৰন্থখনৰ পি.ডি.এফ কপি আপুনি বিনামূল্যে ইয়াৰ পৰা ডাউনলোড কৰিব পাৰিব। PDF কপিটো Zip ফাইল হৈ ডাউনলোড হ'ব। আপুনি Extract কৰি বা Unzip কৰি অপেন কৰিব লাগিব।
কেনেকৈ ডাউনলোড কৰিব-
[কিতাপখন নিৰ্বাচন কৰক > "নিৰ্বাচিত Facebook Post" - Free E-Book (₹0) >> Buy Now >> Customer Information সম্পূৰ্ণকৈ দিব >> Review & Pay >> Make Payment >> View Order & Download >> Download ক্লিক কৰিব।]
Writer: Rangmon Rangdoi
Publisher: Pratidin Yogasarsa YouTube channel
Language: Assamese
No. of Pages: 112
Edition: 2nd January, 2023
Type of Book: E-book PDF file