শ্ৰীমদ্ভাগৱদগীতাৰ প্ৰতিটো অধ্যায়ৰ অতি গুৰুত্বপূৰ্ণ তথ্য ভিত্তিক কথাবোৰ প্ৰশ্নোত্তৰ আকাৰে বিশিষ্ট অনুবাদক, লেখক ভাৰ্গৱ কলিতাই সুন্দৰকৈ সজাই "গীতা জ্ঞানকোষ" গ্ৰন্থখন প্ৰস্তুত কৰিছে। ইয়াত প্ৰায় গীতাৰ অমূল্য বাণীৰ ৬০০ টা প্ৰশ্নোত্তৰ আছে।
শ্ৰীমদ্ভাগৱতৰ প্ৰতিটো অধ্যায়ৰ অতি গুৰুত্বপূৰ্ণ তথ্য ভিত্তিক কথাবোৰ প্ৰশ্নোত্তৰ আকাৰে সুন্দৰকৈ সজাই "ভাগৱত জ্ঞানকোষ" গ্ৰন্থখন প্ৰস্তুত কৰা হৈছে। ইয়াত প্ৰায় ভাগৱতৰ অমূল্য বাণীৰ ৭০০ টা প্ৰশ্নোত্তৰ সন্নিৱিষ্ট কৰা হৈছে।
Writer: Bhargav Kalita
Publisher : Chintamoni Prakashan & Hrishikesh Publication, Guwahati
Edition : First edition, 2022
Language : Assamese
Paperback : 94 + 64 pages
Item Weight : 170+ 100 g
Dimensions : 24 × 14.5 cm
Binding: Perfact binding
N.B: গ্ৰন্থখন বুক কৰোতে আপোনাৰ সম্পূৰ্ণ ডাক ঘৰৰ ঠিকনা দিব। সম্পূৰ্ণ ঠিকনা নাপালে ডেলিভাৰী দিয়াত অসুবিধা হ'ব।