কৃষ্ণভাৱনাৰ আধ্যাত্মিক সংঘ ইস্কনৰ পৰম বৈষ্ণৱ সন্ন্যাসী শ্ৰীল ভক্তি বিকাশ স্বামী মহাৰাজৰ মূল গ্ৰন্থ Youth of India ৰ পৰা এই গ্ৰন্থখন অসমীয়ালৈ অনুদিত কৰা হৈছে। যিখন গ্ৰন্থ ভাৰতীয় নৱ-যুৱ প্ৰজন্মৰ বাবে খুবেই প্ৰয়োজনীয়।
কৃষ্ণভাৱনাৰ আধ্যাত্মিক সংঘ ইস্কনৰ পৰম বৈষ্ণৱ শ্ৰীমান ভৰত চন্দ্ৰ দাসৰ মূল গ্ৰন্থ "The Timeless Story of Go-Maata" ৰ পৰা এই গ্ৰন্থখন অসমীয়ালৈ অনুদিত কৰা হৈছে। গ্ৰন্থখনত বিভিন্ন শাস্ত্ৰসমূহত উল্লেখ থকা গো-মাতাৰ কাহিনীসমূহ সংগ্ৰহ কৰি সুন্দৰকৈ প্ৰস্তুত কৰা হৈছে। ভাৰতীয় সংস্কাৰ আৰু সংস্কৃতিৰ ওপৰত লিখা এই গ্ৰন্থখন খুবেই প্ৰয়োজনীয়।
Writer: His Holiness Bhakti Vikasa Swami Maharaj & Bharat Chandra Das
Assamese Translator: Bhargav Kalita
Publisher: BVT, Surat, India & CTE, Mysore, India.
First Edition: 2020
Language: Assamese
Paperback: 106 pages
ISBN: 978-93-82109-66-2
Item Weight: 170 + 170 g
Binding: Perfect binding
N.B: গ্ৰন্থখন বুক কৰোতে আপোনাৰ সম্পূৰ্ণ ডাক ঘৰৰ ঠিকনা দিব। সম্পূৰ্ণ ঠিকনা নাপালে ডেলিভাৰী দিয়াত অসুবিধা হ'ব।