Homeপুণ্যভূমি ভাৰতবৰ্ষ আৰু যুৱ প্ৰজন্ম & গো-মাতাৰ শাশ্বত কাহিনী - Youth Of India- (2 in 1) - Assamese Book (Free Delivery)
পুণ্যভূমি ভাৰতবৰ্ষ আৰু যুৱ প্ৰজন্ম & গো-মাতাৰ শাশ্বত কাহিনী - Youth Of India- (2 in 1) - Assamese Book (Free Delivery)
পুণ্যভূমি ভাৰতবৰ্ষ আৰু যুৱ প্ৰজন্ম & গো-মাতাৰ শাশ্বত কাহিনী - Youth Of India- (2 in 1) - Assamese Book (Free Delivery)
Standard shipping in 7 working days

পুণ্যভূমি ভাৰতবৰ্ষ আৰু যুৱ প্ৰজন্ম & গো-মাতাৰ শাশ্বত কাহিনী - Youth Of India- (2 in 1) - Assamese Book (Free Delivery)

₹170
₹130
Saving ₹40
24% off
Product Description

পুণ্যভূমি ভাৰতবৰ্ষ আৰু যুৱ প্ৰজন্ম (Youth Of India) & গো-মাতাৰ শাশ্বত কাহিনী (The Timeless Story of Go-Maata) Assamese Book


পুণ্যভূমি ভাৰতবৰ্ষ আৰু যুৱ প্ৰজন্মঃ

কৃষ্ণভাৱনাৰ আধ্যাত্মিক সংঘ ইস্কনৰ পৰম বৈষ্ণৱ সন্ন্যাসী শ্ৰীল ভক্তি বিকাশ স্বামী মহাৰাজৰ মূল গ্ৰন্থ Youth of India ৰ পৰা এই গ্ৰন্থখন অসমীয়ালৈ অনুদিত কৰা হৈছে। যিখন গ্ৰন্থ ভাৰতীয় নৱ-যুৱ প্ৰজন্মৰ বাবে খুবেই প্ৰয়োজনীয়।


গো-মাতাৰ শাশ্বত কাহিনীঃ

কৃষ্ণভাৱনাৰ আধ্যাত্মিক সংঘ ইস্কনৰ পৰম বৈষ্ণৱ শ্ৰীমান ভৰত চন্দ্ৰ দাসৰ মূল গ্ৰন্থ "The Timeless Story of Go-Maata" ৰ পৰা এই গ্ৰন্থখন অসমীয়ালৈ অনুদিত কৰা হৈছে। গ্ৰন্থখনত বিভিন্ন শাস্ত্ৰসমূহত উল্লেখ থকা গো-মাতাৰ কাহিনীসমূহ সংগ্ৰহ কৰি সুন্দৰকৈ প্ৰস্তুত কৰা হৈছে।‌‌ ভাৰতীয় সংস্কাৰ আৰু সংস্কৃতিৰ ওপৰত লিখা এই গ্ৰন্থখন খুবেই প্ৰয়োজনীয়।

আপুনি, এই দুয়োখন গ্ৰন্থ একেলগে পাব।


Writer: His Holiness Bhakti Vikasa Swami Maharaj & Bharat Chandra Das

Assamese Translator: Bhargav Kalita

Publisher: BVT, Surat, India & CTE, Mysore, India.

First Edition: 2020

Language: Assamese

Paperback: ‎ 106 pages

ISBN: 978-93-82109-66-2

Item Weight: ‎ 170 + 170 g

Binding: Perfect binding


N.B: গ্ৰন্থখন বুক কৰোতে আপোনাৰ সম্পূৰ্ণ ডাক ঘৰৰ ঠিকনা দিব। সম্পূৰ্ণ ঠিকনা নাপালে ডেলিভাৰী দিয়াত অসুবিধা হ'ব।

Share

Secure Payments

Shipping in India

Great Value & Quality
Create your own online store for free.
Sign Up Now